Usar o APKPure APP
Obter o APK da versão antiga de যাদু মন্ত্র শিখুন ৭ দিনে para Android
যাদু মন্ত্র শিখুন 7 দিনে
যাদু বিদ্যা এক অতি প্ৰাচীন বিদ্যা৷ হিন্দু ধৰ্ম্মাৱলম্বী দেশসমূহত এই বিদ্যা শঙ্কৰ-পাৰ্বতীৰ সৈতে জড়িত৷ কামৰূপৰ কামাখ্যা মাৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত৷ প্ৰকৃত যাদু বিদ্যা আহৰণ কাৰ্য্য সহজ সাধ্য নহয় বুলি এই বিদ্যাৰ লগত জড়িত সকলে কয়৷ যাদু বিদ্যাক অন্ধবিশ্বাসৰ ফলশ্ৰুতি বুলি নকৈ পূৰ্ণমাত্ৰা বিশ্বাসৰ ফলত প্ৰাপ্ত সাধনাৰ ফল বুলি তেওঁলোকে ক’ব খোজে৷ বিজ্ঞানৰ বলত আধুনিক জগতত যেনে ধৰণৰ কাম কাজবোৰ সমাধা কৰা সম্ভৱ হৈছে অতি প্ৰাচীন কালত যাদুৰ বলত এনেবোৰ কাম সমাধা কৰিবলৈ চেষ্টা কৰা হৈছিল৷ প্ৰাচীন পুথি-পাঁজি অধ্যয়ন কৰি যাদুকৰসকলে কয় যে যাদু-মন্ত্ৰৰ প্ৰভাৱেৰে কিছুমান অসম্ভৱকো সম্ভৱ কৰা হৈছিল৷Last updated on Sep 8, 2017
Minor bug fixes and improvements. Install or update to the newest version to check it out!
Enviado por
Galang Poetra
Requer Android
Android 4.0+
Categoria
Relatório
যাদু মন্ত্র শিখুন ৭ দিনে
0.0.2 by Sun Star App
Sep 8, 2017