Use APKPure App
Get Rice Doctor Assam old version APK for Android
Een interactief hulpmiddel om plagen en ziekten te diagnosticeren die in rijst voorkomen.
ৰাইচ ডাক্তৰ, অসম (Rice Doctor, Assam) হ’ল এটা মবাইল এপ (App) অৰ্থাৎ এটা ডিজিতেল সঁজুলি যি সময়মতে ধানৰ সঠিক ৰোগ, অনিষ্টকাৰী পোক-পতংগ, অজৈৱিক কাৰক সমূহ চিনাক্ত কৰি ব্যৱস্থাপনা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰে । ইন্টাৰনেচনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ (IRRI) কাৰিকৰী পৰামৰ্শৰে অসম চৰকাৰৰ, কৃষি বিভাগ (DoA) ৰ সহযোগত অসম কৃষি বিশ্ববিদ্যালয়ে (AAU) অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ (এপাৰ্ট) জৰিয়তে আগতে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ত অৱস্থিত আৰু এতিয়া ইডেণ্টিক পি টি লিমিটেডৰ লুচিড টিমৰ জৰিয়তে বাবে ৰাইচ ডাক্টৰ, অসম প্ৰস্তুত কৰিছে ।
এই ইন্টাৰেক্টিভ টুল বা সামগ্ৰীবিধে ব্যৱহাৰকাৰীসকলক ধানত দেখা দিব পৰা সাম্ভাব্য সমস্যাবোৰ চিনাক্ত কৰিবলৈ বা হব পৰা সমস্যা সমূহৰ এখন চমু তালিকা তৈয়াৰ কৰে। ই ৬০ টাতকৈও অধিক কীট-পতংগ, ৰোগ আৰু অন্যান্য সমস্যা অন্তৰ্ভুক্ত কৰিছে। আৰু ছৱিৰ সংমিশ্ৰণে ব্যৱহাৰকাৰীসকলক সমস্যা নিৰ্ণয় কৰাৰ প্ৰক্ৰিয়াত সহায় কৰে।
প্ৰতিটো সাম্ভাব্য সমস্যাৰ ফেক্ট-শিটে ( Factsheet) নিৰ্দিষ্ট সমস্যাটোৰ চিন আৰু লক্ষণবোৰৰ চমু উপলব্ধ ব্যৱস্থাপনাৰ বিষেয়ে বিৱৰণ প্ৰদান কৰে। ব্যৱহাৰকাৰীসকলকে অনুসন্ধান বা চাৰ্চ কৰি নিৰ্দিষ্ট ফেক্ট-শিটসমূহ চাব পাৰে। এই সমস্যাবোৰৰ বিষয়ে অধিক তথ্যৰ বাবে, ব্যৱহাৰকাৰীসকলে ৰাইচ নলেজ বেঙ্ক, ৱেবছাইট https://www.rkbassam.in চাব পাৰে ।
এই এপটো লুচিড ম'বাইলৰ দ্বাৰা পৰিচালিত।
Rice Doctor is een interactief diagnostisch hulpmiddel voor gewassen voor voorlichters, studenten, onderzoekers en andere gebruikers die willen leren over plagen, ziekten en andere problemen die zich voordoen bij rijstgewassen tijdens het middenseizoen en deze willen diagnosticeren; Er wordt ook informatie gegeven over hoe deze problemen kunnen worden aangepakt.
Dit product is ontwikkeld door Assam Agricultural University (AAU) met de technische ondersteuning van International Rice Research Institute (IRRI) in samenwerking met Department of Agriculture, Govt. van Assam onder Assam Agri business and Rural Transformation Project (APART) en voorbereid door het Lucid-team, oorspronkelijk aan de Universiteit van Queensland, Australië, maar nu bij Identic Pty Ltd.
Met deze interactieve tool kunnen gebruikers een diagnose stellen of op zijn minst een korte lijst maken van mogelijke problemen die zich voordoen in een rijstoogst. De sleutel omvat meer dan 60 insectenplagen, ziekten en andere aandoeningen. De combinatie van tekstbeschrijvingen en afbeeldingen helpt gebruikers bij het diagnosticeren van hun problemen.
Factsheets over elke mogelijke aandoening geven korte beschrijvingen van de tekenen en symptomen van specifieke problemen, samen met details van eventuele beschikbare beheersopties. Een zoekfunctie op trefwoord stelt gebruikers in staat om direct toegang te krijgen tot specifieke factsheets.
Voor meer informatie over deze aandoeningen kunnen gebruikers verwijzen naar volledige factsheets op de IRRI Rice Knowledge Bank-website: www.rkbassam.in
Deze app wordt mogelijk gemaakt door Lucid Mobile.
Last updated on May 30, 2023
Updated key data
Geüpload door
Aahmedaahmed Aahmedaahmed
Android vereist
Android 5.0+
Categorie
Melden
Rice Doctor Assam
1.0.8 by LucidMobile
May 30, 2023